ফুটনোট
a দ্যা যিৰূচালেম বাইবেলত, আদিপুস্তক ২:১৭ পদটোৰ ফুটনোটত “ভাল বেয়া জ্ঞান দিওঁতা” বাক্যশাৰীক “কি ভাল কি বেয়া তাক নিৰ্ণয় কৰি তাৰ অনুসাৰে কাৰ্য্য কৰাৰ . . . সিদ্ধান্ত গ্ৰহণ কৰা শক্তি, সৃষ্টিকৰ্ত্তাৰূপে ঈশ্বৰক চিনিবলৈ অস্বীকাৰ কৰাৰ দ্বাৰা মানুহে সম্পূৰ্ণৰূপে নৈতিক স্বাধীনতা দাবী কৰা” বুলি বৰ্ণনা কৰিছে। তদুপৰি ইয়াত এইদৰে কোৱা হৈছে: “ঈশ্বৰৰ আধিপত্যক অস্বীকাৰ কৰি তেওঁলোকে প্ৰথম পাপ কৰিলে।”