ফুটনোট
b ড্যাব্লু. ই. ভাইন্ নামৰ এজন অভিধান বিশেষজ্ঞই এইদৰে বৰ্ণনা কৰিছে যে “পৰ দি থাকা” বুলি উল্লেখ কৰা গ্ৰীক ক্ৰিয়া পদৰ আচল অৰ্থ হৈছে ‘টোপনিক খেদি পঠোৱা,’ আৰু ই “সাধাৰণভাৱে সজাগে থকাটোক বুজাইছে এনে নহয়, কিন্তু কোনো এটা বিষয়ে উদ্যোগী হৈ সতৰ্কতাৰে সজাগে থকাক বুজাইছে।”