ফুটনোট
b আপুনি বাইবেলৰ পৰা পঢ়া অংশটো প্ৰাৰ্থনাপূৰ্বক চিন্তা কৰিবলৈ নিজকে এইদৰে সুধিব পাৰে: ‘ইয়াত এবাৰতকৈ অধিকবাৰ যিহোৱাৰ গুণসমূহক প্ৰকাশ কৰিছেনে? ই বাইবেলৰ বিষয়বস্তুৰ সৈতে কেনেকৈ জড়িত হৈ আছে? ইয়াক মই মোৰ জীৱনত বা আনক শিকাবলৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?’