ফুটনোট
a নম্বেবৰ মাহৰ ১৮৬১ চনত সংযুক্ত ৰাষ্ট্ৰৰ টকাশাললৈ লিখা চিঠিখনত চামন্ পি. চেছ্ নামৰ বিত্ত বিভাগৰ সচিবজনে এনেদৰে লিখিছিল: “ঈশ্বৰৰ সামৰ্থ্যৰ অবিহনে কোনো এখন ৰাষ্ট্ৰই শক্তিশালী হʼব নোৱাৰে। আমাৰ লোকসকলে যে ঈশ্বৰৰ ওপৰত ভাৰসা ৰাখিছে তাক ৰাষ্ট্ৰীয় মুদ্ৰাত প্ৰকাশ পোৱা উচিত।” পৰিণামস্বৰূপে, ১৮৬৪ চনত প্ৰচলিত হোৱা মুদ্ৰাত প্ৰথমবাৰৰ বাবে “আমি ঈশ্বৰত ভাৰসা ৰাখোঁ” নামৰ নীতিবাক্যটো খোদিত থকা দেখিবলৈ পোৱা গʼল।