ফুটনোট
b ইয়াত উল্লেখ কৰা চিন্তা উক্তিটো হৈছে “এনে এক ব্যাকুলতা যি জীৱনৰ আনন্দ কাঢ়ি নিয়ে।” কিছুমান অনুবাদত “চিন্তা নকৰিবা” বা “দুচিন্তাগ্ৰস্ত নহʼবা” বুলি উক্তিটো ব্যৱহাৰ কৰিছে। কিন্তু তেনেধৰণৰ ব্যাখ্যাই চিন্তা বা দুচিন্তাগ্ৰস্তৰ আৰম্ভণি নোহোৱাৰ অৰ্থহে প্ৰকাশ কৰে। এটা উদ্ধৃতিৰ অনুসাৰে: “এই গ্ৰীক ক্ৰীয়া শব্দটো বৰ্তমানকালৰ আজ্ঞাসূচক হিচাবে বুজাইছে যি ইতিমধ্যেই চলি থকা কোনো কাৰ্য্যক বন্ধ কৰাৰ নিৰ্দ্দেশিত কৰে।”