ফুটনোট
a ১৯৬০ দশকত হোৱা তাড়নাৰ আৰম্ভণিত মালাৱিত থকা যিহোৱাৰ সাক্ষীসকলে ক্ৰমানুসাৰে তিনি বছৰলৈকে অমানৱীয় আৰু পাশাৱিক দুখ-কষ্টত ভুগীবলগীয়া হৈছিল। উদাহৰণস্বৰূপে, তেওঁলোকৰ সম্পূৰ্ণ বিৱৰণীৰ বিষয়ে জানিবলৈ হʼলে ১৯৯৯ চনৰ যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ষিক পুস্তক ১৭১-২১২ পৃষ্ঠাত চাওক।