ফুটনোট
c বাইবেলে বৰ্ণনা কৰিছে যে সা.যু.পূ. ৫৩৭ চনত ইহুদীসকলে স্বদেশলৈ উভটি অহাৰ ৭০ বছৰৰ পূৰ্ব্বেই যিৰূচালেম নগৰখনৰ ধ্বংসৰ মুখ দেখিছিল। (যিৰিমিয়া ২৫:১১, ১২; দানিয়েল ৯:১-৩) “পৰজাতিৰ মানুহৰ কালৰ” বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ৰীজনিং পুস্তকৰ ৯৫-৭ পৃষ্ঠাত চাওক।
আপুনি কেনেকৈ উত্তৰ দিব?
• পাঁচনি পৌলে “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হʼব লাগিছে” বুলি কোৱা কথাষাৰ আমাৰ সময়ত কেনেকৈ সত্যৰূপে প্ৰমাণিত হৈছে?
• বাইবেলৰ সময়তালিকাত কেনেকৈ “পৰজাতি মানুহৰ কালৰ” সমাপ্তি বিষয়ে উল্লেখ কৰিছে?
• জগতৰ সলনি হোৱা পৰিস্থিতিয়ে কেনেকৈ দেখুৱাইছে যে ১৯১৪ চনটো আছিল ‘শেষকালৰ’ আৰম্ভণি?
• “সেই কাল চুটি কৰা হৈছে” বুলি কোৱা বিষয়টোৱে আমাৰ ওপৰত কেনে প্ৰভাৱ পেলোৱা উচিত?