ফুটনোট
a এজোপা খাজুৰ গছৰ প্ৰত্যেকটো থোকাত প্ৰায় এক হাজাৰতকৈ অধিক ফল ধৰে যি আঠ কিলোগ্ৰামতকৈ অধিক হʼব পাৰে। এজন লিখকৰ অনুসাৰে “প্ৰত্যেকজোপা ফলদায়ক খাজুৰ গছে ইয়াৰ জীৱনকালত এক বা দুইহাজাৰ কিলোগ্ৰাম ফল উৎপন্ন কৰি ইয়াৰ গৰাকীজনক লাভৱান কৰে।”