ফুটনোট a সম্ভৱতঃ যীচুৰ বাপ্তিষ্মাৰ সময়ত যোহনে ঈশ্বৰৰ মাত শুনিব পাইছিল। কিন্তু যীচুৱে সম্বোধিত কৰা ইহুদীসকলে ঈশ্বৰৰ ‘মাত কোনো কালে শুনা বা তেওঁৰ ৰূপ দেখি পোৱা নাছিল।’—যোহন ৫:৩৭.