ফুটনোট a মূল গ্ৰীক শব্দত “যাতনাৰ আৰম্ভণ” শব্দৰ ভাঙনি “প্ৰসৱ বেদনাৰ” অৰ্থত প্ৰকাশ কৰিছে। (মথি ২৪:৮, কিংডম ইন্টাৰলিনিয়াৰ) এই কথাষাৰৰ দ্বাৰা এইটো বুজিব পাৰি যে প্ৰসৱৰ সময়ত হোৱা বেদনাৰ নিচিনা বৰ্তমান সমস্যাবোৰ অত্যধিকভাৱে বৃদ্ধি হʼব আৰু আহিবলগীয়া মহা-ক্লেশত এই বেদনা চৰম অৱস্থাৰ উপনীত হʼব।