ফুটনোট
b পৌলৰ ‘শৰীৰত থকা কাঁইটটো’ কি আছিল, সেই বিষয়ে বাইবেলত নিৰ্দ্দিষ্টভাৱে কোনো উল্লেখ কৰা নাই। হয়তো তেওঁৰ দৃষ্টি-শক্তি দুৰ্ব্বল হৈ পৰিছিল বা ভাঁৰি-কোৱা পাঁচনিবিলাকে তেওঁৰ শিষ্যত্বক লৈ দাঙি ধৰা বাদ-বিষয়টো ‘এক কাঁইটস্বৰূপ’ হৈছিল।—২ কৰিন্থীয়া ১১:৬, ১৩-১৫; গালাতীয়া ৪:১৫; ৬:১১.