ফুটনোট
a কিছুমান অনুবাদিত বাইবেলত এই পদটোত “এহাত” উক্তিটোৰ সলনি সময়ৰ জোখ, যেনে, “এক মুহূৰ্ত্ত” (দী এমফেটিক ডাইগ্লট) বা “এক মিনিট” (চাৰ্লচ বি. উইলিয়ামৰ দ্বাৰা লিখিত এ ট্ৰানচ্লেশ্ব্যান ইন দ্য লেঙ্গুৱেজ অৱ পিপল্) বুলি ব্যৱহাৰ কৰিছে। আচলতে মূল শাস্ত্ৰীয় পদটোত এহাত বুলি উল্লেখ কৰিছিল, যাৰ মাপৰ পৰিমাণ হৈছে প্ৰায় ৪৫ ছেন্টিমিটাৰ।