ফুটনোট
b সেইদৰে পাঁচনি পৌলে ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত ‘সন্তানবিলাকৰ’ মাজত থকা সম্পৰ্কৰ বিষয়ে বুজাবলৈ ৰোমান সাম্ৰাজ্যৰ এক বিধি-ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছিল। (ৰোমীয়া ৮:১৪-১৭) চেইন্ট পৌল এট্ ৰোম নামৰ কিতাপখনৰ অনুসাৰে, “ৰোমান পৰিয়ালত দত্তক প্ৰথা গ্ৰহণ কৰাটো এক ব্যৱস্থা আছিল আৰু ইয়াৰ বিষয়ে ৰোমানসকলে ভালদৰে জানিছিল।”