ফুটনোট
a ২০২০ চনৰ বাৰ্ষিক পাঠে আমাক ‘শিষ্য কৰিবলৈ’ উৎসাহিত কৰে। যিহোৱা ঈশ্বৰৰ প্ৰতিজন সেৱকক এই আজ্ঞা পালন কৰা উচিত। আমি এনে কি কৰিব পাৰোঁ, যাতে আমাৰ বাইবেল বিদ্যাৰ্থীসকলে খ্ৰীষ্টৰ শিষ্য হ’বলৈ উৎসাহিত হয়? যিহোৱাৰ কাষ চাপিবলৈ আমি আমাৰ বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে আমি এই লেখত শিকিম। আমাৰ বাইবেল বিদ্যাৰ্থীৰ লগত অধ্যয়ন কৰি থাকিম নে বন্ধ কৰিম, তাৰ বিষয়ে কিহৰ আধাৰত নিৰ্ণয় কৰিম, এই বিষয়েও আমি শিকিম।