ফুটনোট
a আপোনাৰ জীৱনত এনে পৰিস্থিতি আহিছেনে যেতিয়া আপুনি নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবিছিল? এই লেখে আপোনাক মনত পেলাই দিব যে যিহোৱাই আপোনাক মূল্যৱান বুলি গণ্য কৰে। এই লেখত এয়াও আলোচনা কৰা হ’ব যে যি কোনো সমস্যা নহওক কিয় আপুনি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী কেনেকৈ বজাই ৰাখিব পাৰে।