ফুটনোট
a ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনৰপৰা যিহোৱাই কিছুমান খ্ৰীষ্টানক সুন্দৰ আশা দিছে, সেয়া হৈছে তেওঁৰ পুত্ৰৰ লগত শাসন কৰা। সেই খ্ৰীষ্টানসকলে কেনেকৈ জানিব পাৰে যে তেওঁলোকক ডাঙৰ সন্মান দিয়া হৈছে? যেতিয়া তেওঁলোকক এই আশাৰ বাবে বাচনি কৰা হয়, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰে? এই লেখত এই গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ দিয়া হ’ব। এই লেখ জানুৱাৰী ২০১৬ চনৰ প্ৰহৰীদুৰ্গৰ ওপৰত আধাৰিত।