ফুটনোট
b ইয়াৰ অৰ্থ কি: পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হৈছিল: যীচুৰ সৈতে শাসন কৰিবলৈ এজন খ্ৰীষ্টানক যিহোৱা ঈশ্বৰে পবিত্ৰ আত্মাৰ যোগেদি বাচনি কৰে। ইয়াৰ অৰ্থ হৈছে পবিত্ৰ আত্মা ‘বইনাস্বৰূপৰ’ দৰে হয়, অৰ্থাৎ তেওঁক ভৱিষ্যতৰ বাবে নিশ্চিত কৰে। (ইফি. ১:১৩, ১৪) পবিত্ৰ আত্মাই সেই খ্ৰীষ্টানক স্পষ্টকৈ সাক্ষ্য দিয়ে যে তেওঁলোকে স্বৰ্গত পুৰস্কাৰ লাভ কৰিব আৰু স্বৰ্গত যীচুৰ সৈতে শাসন কৰিব।—ৰোম. ৮:১৬.