ফুটনোট
c ইয়াৰ অৰ্থ কি: মোহৰ। যেতিয়া কোনো ব্যক্তিক পবিত্ৰ আত্মাৰে অভিষিক্তি কৰা হয়, তেতিয়া এই মোহৰ নিশ্চিত কৰা নহয়। তাৰ পৰিৱৰ্তে তেওঁৰ মৃত্যুৰ কিছুসময়ৰ আগত অৰ্থাৎ যেতিয়া তেওঁ শেষলৈকে নিজৰ বিশ্বাসৰ প্ৰমাণ দিয়ে, তেতিয়াহে এই মোহৰ নিশ্চিত কৰা হয়। অথবা এই মোহৰ মহাক্লেশৰ আগমুহূৰ্তত নিশ্চিত কৰা হ’ব।—ইফি. ৪:৩০; প্ৰকা. ৭:২-৪; এপ্ৰিল ২০১৬ চনৰ প্ৰহৰীদুৰ্গত উল্লেখ থকা “পাঠকসকলৰ বাবে প্ৰশ্ন।”