ফুটনোট
a আমি যিহোৱাৰ বিষয়ে প্ৰায়েই ভাবোঁ যে তেওঁ আমাৰ সৃষ্টিকৰ্তা আৰু গোটেই বিশ্ব-ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা হয়। কিন্তু আমি মনত ৰখা উচিত যে যিহোৱা আমাৰ পিতৃ হয় আৰু তেওঁ আমাক প্ৰেম কৰে। এনে কোৱাৰ কিছুমান কাৰণ এই লেখত উল্লেখ কৰা হৈছে। যিহোৱাই আমাক কেতিয়াও নেৰিব বুলি আমি কিয় সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ, তাৰ বিষয়েও আমি ইয়াত শিকিবলৈ পাম।