ফুটনোট
a আমি জানোঁ যে যিহোৱা ঈশ্বৰে আমাক বহুত প্ৰেম কৰে আৰু তেৱেঁই আমাক নিজৰ উপাসকসকলৰ পৰিয়ালৰ সদস্য হ’বলৈ সুযোগ দিছে। সেইবাবে, আমিও তেওঁক প্ৰেম কৰোঁ। আমাৰ পিতৃ যিহোৱাক আমি প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? এনে কৰাৰ কিছুমান উপায় এই লেখত উল্লেখ কৰা হৈছে।