ফুটনোট
c ছবিৰ বিষয়ে: এহাল দম্পতীয়ে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ সময়ত লক্ষ্য কৰে যে (১) ঘৰখন পৰিষ্কাৰ পৰিপাটি আৰু ফুলেৰে সজা আছে; (২) ঘৰত সৰু লʼৰা-ছোৱালী আছে; (৩) ঘৰৰ ভিতৰে-বাহিৰে লেতেৰা হৈ আছে আৰু (৪) ঘৰত ধৰ্মৰ ওপৰত বিশ্বাস কৰা লোক আছে। ইয়াৰ ভিতৰত আপুনি কোনটো ঘৰত খ্ৰীষ্টান হʼব পৰা ব্যক্তি লগ পাব?