ফুটনোট
a পাঁচনিসকলে কিছু বছৰ যীচুৰ লগত সময় অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁলোকে যীচুৰ লগত কথা-বতৰা হৈছিল আৰু সেৱা কৰিছিল। এইদৰে তেওঁলোকে যীচুৰ এক ভাল বন্ধু হৈ পৰিছিল। আমিও তেওঁৰ বন্ধু হোৱাটো যীচুৱে বিচাৰে। যীচুৰ বন্ধু হোৱাটো পাঁচনিসকলৰ বাবে যিমান সহজ আছিল, আমাৰ বাবে ইমান সহজ নহয়। ইয়াৰ কিছুমান কাৰণ এই লেখত উল্লেখ কৰা হৈছে। যীচুৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ আৰু বন্ধুত্ব বজাই ৰাখিবলৈ আমি কি কৰা উচিত, তাৰ বিষয়েও ইয়াত উল্লেখ আছে।