ফুটনোট
b ছবিৰ বিষয়ে: ১. পাৰিবাৰিক উপাসনাত আমি যীচুৰ জীৱন আৰু তেওঁৰ সেৱা কাৰ্য্যৰ বিষয়ে শিকিব পাৰিম। ২. আমি মণ্ডলীৰ ভাই-ভনীসকলৰ লগত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। ৩. প্ৰচাৰ কাম মনে-প্ৰাণে কৰাৰ যোগেদি আমি খ্ৰীষ্টৰ ভাইসকলক সহায় কৰা হʼব। ৪. যেতিয়া মণ্ডলীবোৰক একলগ কৰা হয়, তেতিয়া আমি প্ৰাচীনসকলৰ নিৰ্ণয়ৰ অনুসৰি কাম কৰা উচিত।