ফুটনোট
a বৰ্তমান সময়ত যিহোৱাৰ বহুতো সেৱকে বেমাৰ আৰু বৃদ্ধ অৱস্থাৰ বাবে হোৱা দুখ-কষ্ট ভোগ কৰিছে। আমি সকলোৱে কেতিয়াবা কেতিয়াবা ভাগৰি পৰোঁ। সেইবাবে, দৌৰত ভাগ লোৱাৰ কথা ভাবিয়েই আমি হয়তো ভয় খাওঁ। কিন্তু জীৱনৰ দৌৰত আমি সকলোৱে ভাগ লʼব পাৰোঁ আৰু জয়লাভ কৰিব পাৰোঁ। এই লেখত উল্লেখ কৰা হʼব যে জয়লাভ কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন।