ফুটনোট
a দানিয়েলে ‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাৰ’ বিষয়ে যি ভৱিষ্যতবাণী কৰিছিল, সেয়া আজিও পূৰ হৈ আছে। আমি এই কথাৰ প্ৰমাণ স্পষ্টৰূপে দেখিবলৈ পাওঁ। কিন্তু আমি ইমান বিশ্বাসেৰে কিয় কʼব পাৰোঁ যে এই ভৱিষ্যতবাণী আজিও পূৰ হৈ আছে? এই ভৱিষ্যতবাণী সঠিকভাৱে বুজাটো কিয় প্ৰয়োজন?