ফুটনোট
a কিছুমান খ্ৰীষ্টানে বহুবছৰলৈকে যিহোৱাৰ সেৱা কৰিলে, কিন্তু পাছত তেওঁলোকে মণ্ডলীৰপৰা আঁতৰি গʼল। এনে কিয় বাৰু? তেওঁলোকৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে? এই লেখত আমি এই প্ৰশ্নবোৰৰ উত্তৰ পাম আৰু এয়াও শিকিম যে প্ৰাচীন সময়ত যিহোৱাৰপৰা আঁতৰি যোৱা লোকসকলক তেওঁ কেনেকৈ সহায় কৰিছিল?