ফুটনোট
a যিসকল নিষ্ক্ৰীয় হৈ গৈছে অৰ্থাৎ যিসকলে সভালৈ আৰু প্ৰচাৰলৈ যাবলৈ এৰি দিছে, তেওঁলোকে উভতি অহাটো যিহোৱাই বিচাৰে। যিহোৱাই তেওঁলোকক এইদৰে অনুৰোধ কৰে, “মোৰ ওচৰলৈ ঘূৰি আঁহা।” আমিও এনে ভাই-ভনীসকলক সহায় কৰিব পাৰোঁ, যিসকলে যিহোৱাৰ ওচৰলৈ উভতি আহিব বিচাৰে। এই লেখত কোৱা হ’ব যে এয়া আমি কেনেকৈ কৰিব পাৰোঁ।