ফুটনোট
b আমাৰ প্ৰকাশনবোৰত উল্লেখ কৰা হৈছে যে যিহোৱাৰ নামৰ ওপৰত তেওঁৰেই অধিকাৰ আছে, সেইবাবে আজিলৈকে কোনেও যিহোৱাৰ নামক লৈ প্ৰশ্ন কৰা নাই। ২০১৭ চনৰ বাৰ্ষিক সভাত এই বিষয়ে বিতংভাৱে বুজোৱা হৈছিল। সেই সভাৰ চেয়াৰমেনে এইদৰে কৈছিল, “যিহোৱাৰ নাম পবিত্ৰ কৰাটো কোনো ভুল নহয়, কিয়নো তেওঁৰ নামত লগা কলংক আঁতৰোৱাটো অতি প্ৰয়োজন।”—jw.org® ৱেবছাইটত জানুৱাৰী ২০১৮ চনৰ প্ৰʼগ্ৰাম চাওক। লাইব্ৰেৰী > JW ব্ৰডকাষ্টিং ভাগত চাওক।