ফুটনোট
a ৰজা দায়ূদে প্ৰাৰ্থনাত যি কৈছিল, সেই কথালৈ আমি এই লেখত ধ্যান দিম। এই কথা গীতমালা ৮৬:১১, ১২ পদত উল্লেখ আছে। যিহোৱাৰ নামৰ প্ৰতি ভয় ৰখাৰ অৰ্থ কি? সেই নামৰ প্ৰতি কিয় গভীৰ সন্মান থকা উচিত? ঈশ্বৰৰ প্ৰতি থকা ভয়ে কেনেকৈ আমাক বেয়া কাম কৰিবলৈ বাধা দিয়ে?