ফুটনোট
a আমি আজি এনে এখন পৃথিৱীত জীয়াই আছোঁ, যʼত অহংকাৰী আৰু স্বাৰ্থপৰ লোকেৰে ভৰি আছে। সেইবাবে, আমি তেওঁলোকৰ দৰে যাতে নহওঁ, তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত। এই লেখত আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যʼত আমি নিজকে বৰ বুলি বিবেচনা কৰা উচিত নহয়।