ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a আমি এনে এখন জগতত জীয়াই আছোঁ, যʼত চয়তানে শাসন কৰি আছে। সেইবাবে, আমি সত্যৰ পথত চলি থকাটো ইমান সহজ নহয়। প্ৰথম শতিকাৰ শেষত জীয়াই থকা খ্ৰীষ্টানসকলৰ বাবেও এয়া সহজ নাছিল। তেওঁলোকক সহায় কৰিবলৈ যিহোৱা ঈশ্বৰে পাঁচনি যোহনক তিনিখন চিঠি লিখিবলৈ অনুপ্ৰাণিত কৰে। এই চিঠিবোৰৰপৰা আজিও আমি বহুতো সহায় লাভ কৰিব পাৰোঁ। ইয়াত উল্লেখ কৰা হৈছে যে সত্যৰ পথত চলি থাকিবলৈ কি কি বাধা আহিব পাৰে আৰু আমি ইয়াক কেনেকৈ পাৰ কৰিব পাৰোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক