ফুটনোট
f ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে স্কুলৰ চাৰিওফালে সমকামীতাক সমৰ্থন কৰা দেখিবলৈ পাইছে। (কিছুমান দেশত মেঘধনুৰ দৰে ৰংবোৰক সমকামীতাৰ চিন হিচাপে বিশ্বাস কৰে।) পাছলৈ তাই বাইবেলত লিখা কথাবোৰৰ ওপৰত নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ অনুসন্ধান কৰে। সেইবাবে, হেঁচাৰ সময়ত তাই সঠিক নিৰ্ণয় লʼব পাৰিলে।