ফুটনোট
a যেতিয়া আমি যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰোঁ, তেতিয়া হয়তো আমি অধৈৰ্য্য হৈ পৰোঁ আৰু আমাৰ বিশ্বাসো দুৰ্বল হৈ পৰে। অব্ৰাহামে ধৈৰ্য্য ধৰিলে আৰু যিহোৱাৰ প্ৰতিজ্ঞা পূৰ হোৱালৈ অপেক্ষা কৰিলে। আমি অব্ৰাহামৰপৰা কি শিকিব পাৰোঁ? বৰ্তমান সময়ৰ যিহোৱাৰ সেৱকসকল কেনেকৈ আমাৰ বাবে এক ভাল উদাহৰণ হয়?