ফুটনোট
a আমাৰ খ্ৰীষ্টান ভনীসকলে বহুতো সমস্যাৰ সন্মুখীন হয়। এই লেখত আলোচনা কৰিম যে আমাৰ খ্ৰীষ্টান ভনীসকলক যীচুৰ দৰে আমি কেনেকৈ উৎসাহিত কৰিব পাৰিম আৰু সহায় কৰিব পাৰিম। আমি এয়াও চাম যে যীচুৱে তেওঁলোকৰ লগত কেনেকৈ সময় অতিবাহিত কৰিছিল, তেওঁলোকক মূল্যাংকন কৰিছিল আৰু তেওঁলোকৰ ফলিয়া হৈ কথা কৈছিল।