ফুটনোট
e ছবিৰ বিষয়ে: কিছুমান ভায়ে বিশ্বাসী ভনীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিছে। এজন ভায়ে দুগৰাকী ভনীৰ গাড়ীৰ টায়াৰ সলনি কৰিছে। আন এজন ভায়ে অসুস্থ ভনী এগৰাকীক দেখা কৰিবলৈ গৈছে। এজন ভাই আৰু তেওঁৰ পত্নীয়ে এগৰাকী ভনী আৰু তাইৰ ছোৱালীৰ ঘৰলৈ গৈ পাৰিবাৰিক উপাসনা কৰিছে।