ফুটনোট
a আপুনি বাস কৰা দেশখনত যিহোৱাৰ উপাসনা কৰাৰ স্বাধীনতা আছেনে? যদি আছে, তেনেহʼলে আপুনি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিছে? এই লেখত উল্লেখ কৰা হʼব যে যিহূদাৰ ৰজা আচা আৰু প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰপৰা আমি কি শিকিব পাৰোঁ? শান্তিৰ সময়ছোৱাত তেওঁলোকে কেনেকৈ বুদ্ধিমতাৰে কাৰ্য্য কৰিলে।