ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a অতীতৰ স্মৃতিবোৰ সোঁৱৰণ কৰাটো কেতিয়াবা কেতিয়াবা ভাল হয়। কিন্তু আমি যদি সদায় সেইবোৰৰ বিষয়ে ভাবি থাকোঁ, তেনেহʼলে আজি আমি যিহোৱাৰ সেৱা ভালদৰে কৰিব নোৱাৰিম আৰু ভৱিষ্যতে নতুন পৃথিৱীত পাবলগীয়া আশীৰ্বাদৰ ওপৰতো ধ্যান দিব নোৱাৰিম। এই লেখত আমি এনে তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যাৰপৰা আমি সতৰ্ক থকা উচিত, যাতে আমি সদায় অতীতৰ কথাবোৰৰ বিষয়ে ভাবি নাথাকোঁ। ইয়াৰ বাবে আমি বাইবেলৰ কিছুমান সিন্ধান্ত আৰু কিছুমান ভাই-ভনীৰ অনুভৱৰ ওপৰত ধ্যান দিম।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক