ফুটনোট
a জীৱনৰ বহুতো সমস্যাই আমাক চিন্তিত কৰি তোলে। ২০২১ চনৰ বাৰ্ষিক পাঠে আমাক এই কথাৰ ওপৰত ধ্যান দিবলৈ আমাক সহায় কৰে যে এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। এই লেখত আলোচনা কৰা হʼব যে আমি বাৰ্ষিক পাঠত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰোঁ।