ফুটনোট
a ২০২১ চনৰ ২৭ মাৰ্চ দিনটো যিহোৱাৰ সাক্ষীসকলৰ বাবে এক বিশেষ দিন হয়। সেইদিনাখনৰ সন্ধিয়াত যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰা হʼব। উপস্থিত হোৱা বেছিভাগ লোক সেই সমূহৰ হʼব, যিসকলক যীচুৱে ‘অন্য মেৰ’ বুলি কৈছে। ১৯৩৫ চনত এই সমূহৰ বিষয়ে কি নতুন অৰ্থ প্ৰকাশ পাইছিল? মহা-ক্লেশৰ পাছত বৰ লোকসমূহে কি কি আশীৰ্বাদ লাভ কৰিব? স্মৰণীয় দিনত উপস্থিত হোৱাৰ সময়ত তেওঁলোকে এনে কি কৰিব পাৰে, যাতে যিহোৱা আৰু যীচুৰ প্ৰশংসা হয়?