ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

b ইয়াৰ অৰ্থ কি: যিসকলে খ্ৰীষ্টৰ আৰ্হিক অনুকৰণ কৰে আৰু পৃথিৱীত অনন্ত জীৱন জীয়াই থকাৰ আশা ৰাখে, তেওঁলোক অন্য মেৰ হয়। যিসকলে এই শেষ-কালত যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লৈছে, তেওঁলোককো এই সমূহত গণনা কৰা হয়। যেতিয়া খ্ৰীষ্টই মহা-ক্লেশৰ সময়ত গোটেই মানৱজাতিক ন্যায়-বিচাৰ কৰিবলৈ আহিব, তেতিয়া অন্য মেৰৰ যিসকল লোক সেইসময়ত জীৱিত থাকিব আৰু মহা-ক্লেশৰপৰা ৰক্ষা পৰিব, তেওঁলোকক বৰ লোকসমূহ বুলি কোৱা হয়।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক