ফুটনোট
a পত্নীসকলে নিজৰ স্বামীৰ অধীনত থাকে আৰু এই ব্যৱস্থা যিহোৱাই কৰিছে। কিন্তু অধীনত থকাৰ অৰ্থ কি? বাইবেলত যীচু আৰু কেইগৰাকীমান তিৰোতাৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকলে অধীনত থকাৰ ক্ষেত্ৰত এক ভাল উদাহৰণ ৰাখিছে। খ্ৰীষ্টান দম্পতীয়ে তেওঁলোকৰপৰা কি শিকিব পাৰে, আহক চাওঁ।