ফুটনোট
a হয়তো আমাৰ সকলোৰে ওচৰত এটা বাইবেল অধ্যয়ন নাথাকিবও পাৰে। তথাপি আমি সকলোৱে এজন বাইবেল বিদ্যাৰ্থীক উন্নতি কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ সহায় কৰিব পাৰোঁ। এই লেখত আমি আলোচনা কৰিম যে মণ্ডলীৰ সকলো ভাই-ভনীয়ে এই পদক্ষেপ লʼবলৈ তেওঁক কেনেকৈ সহায় কৰিব পাৰে।