ফুটনোট
b শিষ্যসকলৰ মনত চলি থকা এনে কিছুমান কথা আৰু প্ৰশ্ন যীচুৱে তেওঁলোকক সুধিছিল। এইবোৰ প্ৰশ্ন তেওঁৰ নিজৰ নাছিল। তেওঁ এনে প্ৰশ্ন সুধি জানিব বিচাৰিছিল যে ইয়াৰ বিষয়ে তেওঁৰ শিষ্যসকলে কি ভাবে।—মাৰ্ক ৭:২৪-২৭; যোহ. ৬:১-৫; অক্টোবৰ ১৫, ২০১০ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৪-৫ পৃষ্ঠা পঢ়ক।