ফুটনোট
a যীচু এজন মহান শিক্ষক আছিল। তথাপি বেছিভাগ লোকে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল। লোকসকলে যীচুৰ ওপৰত কিয় বিশ্বাস কৰা নাছিল, তাৰ চাৰিটা কাৰণৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব। এই লেখত এয়াও আলোচনা কৰা হʼব যে আজি বহুতোলোকে যীচুৰ শিষ্যসকলৰ বাৰ্তা কিয় নুশুনে? লগতে এয়াও আলোচনা কৰা হʼব যে আপুনি নিজৰ বিশ্বাস কেনেকৈ মজবুত কৰিব পাৰে, যাতে আপুনি উজুটি নাখায় আৰু যীচুক অনুকৰণ কৰি থাকিব পাৰে।