ফুটনোট
a আমি সকলোৱে অসিদ্ধ হয়। সেইবাবে, আমি কেতিয়াবা কেতিয়াবা কোনো কাম বা কথাৰ যোগেদি ভাই-ভনীসকলক আঘাত দিওঁ। এনে পৰিস্থিতিত আমি কি কৰোঁ, আমি লগে লগে ক্ষমা খোজোঁনে নে এইদৰে ভাবোঁ তেওঁ বেয়া পাইছে পাবলৈ দিয়ক? অথবা আমি ভাই-ভনীসকলকৰ সৰু-সুৰা কথাত হয়তো বেয়া পাব পাৰোঁ। সেইসময়ত আমি এইদৰে ভাবোঁনে মই এইদৰে আছোঁ, মই নিজকে শুধৰণি নকৰোঁ? নে এইদৰে ভাবোঁ এয়া ভাল কথা নহয়, মই নিজকে শুধৰণি কৰিব লাগিব?