ফুটনোট
c ছবিৰ বিষয়ে: বাইবেল অধ্যয়ন কৰিলে এজন ব্যক্তিৰ জীৱন সলনি হয়। আৰম্ভণিতে তেওঁ যিহোৱাৰ বিষয়ে একোৱে নাজানে আৰু তেওঁৰ জীৱনৰ কোনো উদ্দেশ্যও নাথাকে। কিন্তু তেওঁ এজন সাক্ষীক লগ পায় আৰু তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কিছু সময়ৰ পাছত তেওঁ নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে আৰু বাপ্তিষ্মা লয়। তাৰ পাছত তেওঁ শিষ্য বনোৱা কাৰ্য্যত ভাগ লয়। শেষত তেওঁলোকে নতুন পৃথিৱীত আনন্দেৰে জীৱন-যাপন কৰে।