ফুটনোট
a যিহোৱাই কেতিয়াও আমাৰ তুলনা আনৰ লগত নকৰে। কিন্তু আমি কেতিয়াবা নিজৰ তুলনা আনৰ লগত কৰিব পাৰোঁ আৰু ভাবিব পাৰোঁ যে আমি তেওঁলোকৰ সমান ভাল নহয়। এই লেখত আমি আলোচনা কৰিম যে আমি কিয় নিজৰ তুলনা আনৰ লগত কৰা উচিত নহয়। লগতে এয়াও শিকিম যে আমি এনে কি কৰিব পাৰোঁ, যাতে আমাৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলে নিজকে যিহোৱাৰ দৃষ্টিভংগীৰে চাব পাৰে।