ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a এটা পৰিয়ালে আনন্দিত থাকিবলৈ হʼলে পৰিয়ালৰ সকলো সদস্যই জানিব লাগিব যে তেওঁলোকে কি কৰা উচিত আৰু এজনে-আনজনক কেনেকৈ সহায় কৰা উচিত। এজন পিতৃয়ে পৰিয়ালৰ মূৰব্বী হিচাপে পৰিয়ালৰ ভালদৰে চোৱা-চিতা কৰে, মাতৃয়ে পিতৃক সহযোগ কৰে আৰু লʼৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ কথা শুনে। যিহোৱাৰ পৰিয়ালতো এইদৰে হয়। যিহোৱাই মানৱজাতিৰ বাবে এটা উদ্দেশ্য ৰাখিছে আৰু সেই উদ্দেশ্য অনুসৰি আমি যেতিয়া কাম কৰোঁ, তেতিয়া আমি তেওঁৰ পৰিয়ালৰ ভাগ হৈ পৰোঁ।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক