ফুটনোট
b ছবিৰ বিষয়ে: যিহোৱাই মানুহক নিজৰ গুণেৰে সৃষ্টি কৰিছে, সেইবাবে এহাল দম্পতীয়ে এজনে-আনজনক আৰু দুজন লʼৰাৰ লগতো প্ৰেমেৰে ব্যৱহাৰ কৰিছে। তেওঁলোকে যিহোৱাকো প্ৰেম কৰে। তেওঁলোকে যিহোৱাই দিয়া বিশেষ উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ লʼৰা দুজনক যিহোৱাক প্ৰেম কৰিবলৈ আৰু সেৱা কৰিবলৈ শিকাইছে। যিহোৱাই যীচুৰ বলিদান কিয় দিলে, ইয়াৰ বিষয়ে বুজাবলৈ তেওঁলোকক ভিডিঅʼ দেখুৱাইছে। যেতিয়া নতুন পৃথিৱী হʼব, তেতিয়া তেওঁলোকে তাত পৃথিৱী আৰু জীৱ-জন্তুক চোৱা-চিতা কৰিব লাগিব বুলিও শিকাইছে।