ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

a বহুবছৰৰপৰা যিহোৱাৰ সেৱা কৰা কোনো ভাই বা ভনীয়ে এইদৰে কোৱা আপুনি শুনিছেনে, “মই কেতিয়াও ভবা নাছিলোঁ যে এই পৃথিৱীখন ধ্বংস হʼবলৈ ইমান সময় লাগিব।” এই দুষ্ট জগতখন ধ্বংস হোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু তেতিয়ালৈকে আমি ধৈৰ্য্য ধৰা উচিত। এই লেখত আমি বাইবেলৰ কিছুমান সিদ্ধান্তৰ বিষয়ে শিকিম, যিয়ে আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব। আমি দুটা পৰিস্থিতিৰ বিষয়ে শিকিম, যʼত আমি যিহোৱালৈ অপেক্ষা কৰা উচিত। তাৰ পাছত আমি শিকিম যে যিসকল লোকে ধৈৰ্য্য ধৰে, তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিব।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক